মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Handloom Textiles & Sericulture অসম চৰকাৰ বিপণন সমবায় লিমিটেড (এ.জি.এম.চি.)

কাৰ্য্যাৱলী আৰু উদ্দেশ্যসমূহ

নিগমৰ প্ৰধান উদ্দেশ্য আৰু কাৰ্য্যাৱলীসমূহ হৈছেঃ

  • ৰাজ্যৰ ভিতৰত আৰু বাহিৰতো ক্ষুদ্ৰ আৰু লঘুহস্ততাঁত আৰু হস্তশিল্প উদ্যোগৰ বজাৰকৰণৰ দায়িত্ব বহন কৰাআৰু এনে উদ্যোগসমূহৰ উন্নয়নৰ বাবে প্ৰয়োজনীয় কেঁচা সামগ্ৰী, নিয়ন্ত্ৰীত পণ্য আৰু এনে আন আন সামগ্ৰীৰ যোগান ধৰা।
  • লঘু উদ্যোগৰ দ্বাৰা উত্পাদিত সামগ্ৰী ভাৰতৰ পৰা পোণপটিয়াকৈ অথবা চৰকাৰী বা বেচৰকাৰী অভিকৰণৰ সহযোগত বিদেশলৈ ৰপ্তানি কৰাৰ দায়িত্ব বহন কৰা।
  • লঘু উদ্যোগক বজাৰকৰণৰ সমৰ্থন প্ৰদান আৰু গ্ৰাম্য অৰ্থনিতী বিকাশৰ উদ্দেশ্যৰে ক্ষূদ্ৰ আৰু লঘু আৰু লগতে কুটিৰ শিল্প উদ্যোগৰ দ্বাৰা উত্পাদিত সামগ্ৰীসমূহ ৰাজ্যৰ ভিতৰে-বাহিৰে নিগমে ইয়াৰ খচুৰা বিক্ৰীকেন্দ্ৰ শিকলীৰ জৰিয়তে বজাৰকৰণৰ কাৰ্য্যক্ৰম অব্যাহত ৰাখিছে।