মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Handloom Textiles & Sericulture অসম চৰকাৰ বিপণন সমবায় লিমিটেড (এ.জি.এম.চি.)

এ.জি.এম.চি.এ পৰিচালনা কৰা আঁচনিসমূহ

  • অসম চৰকাৰ বিপণন নিগম লিমিটেডে (এ.জি.এম.চি.) হস্ততাঁত আৰু হস্তশিল্পৰ বাবে বিভিন্ন আঁচনি যেনে জিলা পৰ্য্যায় মেলা, শিল্প বজাৰ, হস্তশিল্প প্ৰদৰ্শনী আৰু অন্যান্য আঁচনি ৰূপায়ন কৰি আহিছে যিবোৰ সময়ে সময়েভাৰত চৰাকাৰৰ হস্ততাঁত আৰু হস্তশিল্পৰ অধীনষ্ঠ উন্নয়ন আয়ুক্তই পৃষ্ঠপোষকতা কৰি আহিছে।

    অসম চৰকাৰ বা ভাৰত চৰকাৰৰ পৃষ্ঠপোষকতাত নিগমে সময়ে সময়েবিভিন্ন আঁচনিৰূপায়ন কৰে যেতিয়াই চৰকাৰে হস্ততাঁত আৰু হস্তশিল্প সম্পৰ্কীয় কোনো মঞ্জুৰি প্ৰদান কৰে।