মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Handloom Textiles & Sericulture অসম চৰকাৰ বিপণন সমবায় লিমিটেড (এ.জি.এম.চি.)

কৰ্ম্ম তালিকা আৰু দায়িত্ব

ক্ৰমিক নংনামপদবীকৰ্তব্য আৰু দায়িত্ব

শ্ৰী হৰিদেৱ চৌধুৰী

কাৰ্য্যবাহী গাণনিক বিষয়া

নিগমৰ হিচাপ-কিতাপ, লেখা নিৰিক্ষণ, চি.পি.এফ. চোৱা-চিতা কৰা, হিচাপ-কিতাপ/ৰাজহূৱা উদ্যোগ বিভাগ সম্পৰ্কত সকলো চৰকাৰৰ (কেন্দ্ৰীয় আৰু ৰাজ্যিক দুয়ো) সৈতেপত্ৰব্যৱহাৰ ৰক্ষা কৰা।

শ্ৰীমতি লনি ভাগৱতী

প্ৰৱন্ধক

প্ৰশাসন/প্ৰতিষ্ঠা/হস্ততাত সম্পৰ্কীয় সকলো বিষয় চোৱা-চিতা কৰা।

শ্ৰী পুতুল কুমাৰ গোস্বামী

প্ৰৱন্ধক

নিগমৰ ন্যায়ালয়ৰ গোচৰ/ওৱেবচাইট সম্পৰ্কীয়া সকলো বিষয় চোৱা-চিতা কৰা।

শ্ৰী ধীৰাজ কুমাৰ শৰ্মা

প্ৰৱন্ধক

হস্ততাঁত শাখা সম্পৰ্কীয় সকলো বিষয় চোৱা-চিতা কৰা।

শ্ৰী ঠাকুৰপাদ দে

প্ৰৱন্ধক (বিত্তীয়)

গুৱাহাটীৰ অসম এম্পোৰিয়াম সম্পৰ্কীয় হিচাপৰ উপৰিওহিচাপ-কিতাপৰ সকলো বিষয়তে কাৰ্য্যবাহী গাণনিকক সহায়তা আগবঢ়োৱা। তাৰোপৰি কলিকতাৰ গৰিয়াহাট আৰু ৰাছেল পথৰ অসম এম্পোৰিয়াম দুটাৰো হিচাপ কিতাপ সম্পৰ্কীয় বিষয় চোৱা-চিতা কৰা।

শ্ৰী অনন্ত কুমাৰ দাস

প্ৰৱন্ধক (বিত্তীয়)

মূখ্য কাৰ্য্যালয়ৰ নগদ ধন আৰু নগদ বহী লিখা আদিবোৰ চোৱা-চিতা কৰা। মূ্খ্য কাৰ্য্যালয় আৰু শাখা সমূহৰ দৰমহা বিল, টি.এ./দি.এ. বিল তৈয়াৰ কৰাৰ ক্ষেত্ৰত কাৰ্য্যবাহী হিচাপ ৰক্ষকক সহায় আগবঢ়োৱা।