ক্ৰমিক নং | নাম | পদবী | কৰ্তব্য আৰু দায়িত্ব |
---|---|---|---|
১ | শ্ৰী হৰিদেৱ চৌধুৰী | কাৰ্য্যবাহী গাণনিক বিষয়া | নিগমৰ হিচাপ-কিতাপ, লেখা নিৰিক্ষণ, চি.পি.এফ. চোৱা-চিতা কৰা, হিচাপ-কিতাপ/ৰাজহূৱা উদ্যোগ বিভাগ সম্পৰ্কত সকলো চৰকাৰৰ (কেন্দ্ৰীয় আৰু ৰাজ্যিক দুয়ো) সৈতেপত্ৰব্যৱহাৰ ৰক্ষা কৰা। |
২ | শ্ৰীমতি লনি ভাগৱতী | প্ৰৱন্ধক | প্ৰশাসন/প্ৰতিষ্ঠা/হস্ততাত সম্পৰ্কীয় সকলো বিষয় চোৱা-চিতা কৰা। |
৩ | শ্ৰী পুতুল কুমাৰ গোস্বামী | প্ৰৱন্ধক | নিগমৰ ন্যায়ালয়ৰ গোচৰ/ওৱেবচাইট সম্পৰ্কীয়া সকলো বিষয় চোৱা-চিতা কৰা। |
৪ | শ্ৰী ধীৰাজ কুমাৰ শৰ্মা | প্ৰৱন্ধক | হস্ততাঁত শাখা সম্পৰ্কীয় সকলো বিষয় চোৱা-চিতা কৰা। |
৫ | শ্ৰী ঠাকুৰপাদ দে | প্ৰৱন্ধক (বিত্তীয়) | গুৱাহাটীৰ অসম এম্পোৰিয়াম সম্পৰ্কীয় হিচাপৰ উপৰিওহিচাপ-কিতাপৰ সকলো বিষয়তে কাৰ্য্যবাহী গাণনিকক সহায়তা আগবঢ়োৱা। তাৰোপৰি কলিকতাৰ গৰিয়াহাট আৰু ৰাছেল পথৰ অসম এম্পোৰিয়াম দুটাৰো হিচাপ কিতাপ সম্পৰ্কীয় বিষয় চোৱা-চিতা কৰা। |
৬ | শ্ৰী অনন্ত কুমাৰ দাস | প্ৰৱন্ধক (বিত্তীয়) | মূখ্য কাৰ্য্যালয়ৰ নগদ ধন আৰু নগদ বহী লিখা আদিবোৰ চোৱা-চিতা কৰা। মূ্খ্য কাৰ্য্যালয় আৰু শাখা সমূহৰ দৰমহা বিল, টি.এ./দি.এ. বিল তৈয়াৰ কৰাৰ ক্ষেত্ৰত কাৰ্য্যবাহী হিচাপ ৰক্ষকক সহায় আগবঢ়োৱা। |