মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Handloom Textiles & Sericulture অসম চৰকাৰ বিপণন সমবায় লিমিটেড (এ.জি.এম.চি.)

প্ৰদৰ্শনী

ভাৰত চৰকাৰ, বস্ত্ৰ মন্ত্ৰণালয়, আৰ. কে. পুৰম, নতুন দিল্লীৰ হস্তশিল্প উন্নয়ন আয়ুক্তৰ পৃষ্ঠপোষকতাত অসম চৰকাৰ বিপণন নিগম লিমিটেড ২০১৫-১৬ বৰ্ষত গুৱাহাটী, ডিব্ৰুগড়, আৰু যোৰহাটত অনুষ্ঠিত কৰা শিল্প বজাৰ, ২০১৫-১৬ বৰ্ষত বৰপেটা আৰু তেজপুৰত অনুষ্ঠিত কৰা গান্ধী শিল্প বজাৰ আদিবোৰৰ উদ্দেশ্য হল এনে আয়োজনৰ জৰিয়তে ভাৰতৰ কাৰুকলাৰ শিল্পী সকলক তেওঁলোকৰ দ্বাৰা উত্পাদিত সামগ্ৰীসমূহৰ প্ৰদৰ্শনী তথা বিক্ৰী কৰাৰ উপায় প্ৰদান কৰি তেওঁলোকক উত্সাহ যোগোৱা।

প্ৰদৰ্শনী সমূহৰ তালিকাঃ-

১) শিল্প বজাৰ, গুৱাহাটী- ০১/১১/২০১৬ ৰ পৰা ১০/১১/২০১৬ তাৰিখলৈ

২) গান্ধী শিল্প বজাৰ, বৰপেটা- ১৪/১১/২০১৬ ৰ পৰা ২৩/১১/২০১৬ তাৰিখল 

৩) শিল্প বজাৰ, ডিব্ৰুগড়- ২২/১২/২০১৬ ৰ পৰা ৩১/১২/২০১৬ তাৰিখলৈ

৪) গান্ধী শিল্প বজাৰ, তেজপুৰ- ১৪/০৩/২০১৭ ৰ পৰা ০৫/০৩/২০১৭ তাৰিখলৈ

৫) শিল্প বজাৰ, যোৰহাট- ১৪/০৩/২০১৭ ৰ পৰা ২৩/০৩/২০১৭ তাৰিখলৈ

উপৰোক্ত প্ৰদৰ্শনীবোৰ এ.জি.এম.চি. লিমিটেডে ভাৰতৰ হস্ততাঁত আৰু বস্ত্ৰশিল্পৰ প্ৰচাৰ, বজাৰকৰণ আৰু উন্নয়নৰ বাবে আৰু লগতে ভাৰতৰ গ্ৰাম্য কাৰুশিল্পী সকলৰ আৰ্থ-সামাজিক স্থিতি উন্নয়নৰ বাবে অনুষ্ঠিত কৰা হৈছিল।