মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Handloom Textiles & Sericulture অসম চৰকাৰ বিপণন সমবায় লিমিটেড (এ.জি.এম.চি.)

হস্ততাঁত আৰু হস্তশিল্পজাত সামগ্ৰী

অসম চৰকাৰ বিপণন নিগম লিমিটেডে (এ.জি.এম.চি.) ভিন্ন প্ৰকাৰৰ হস্ততাঁত আৰু হস্তশিল্পজাত সামগ্ৰীৰ লেনদেন কৰে। এ.জি.এম.চি.য়ে লেন-দেন কৰা কিছুমান প্ৰধান সামগ্ৰী হৈছে-

  • পাটৰ শাৰী
  • মেখেলা চাদৰ
  • গামোছা
  • কুৰ্তা
  • ৰিহা
  • আলোৱান
  • বাঁহ আৰু বেতৰ সামগ্ৰী
  • কাঠেৰে নিৰ্মিত সামগ্ৰী
  • কাঁহ আৰু পিতলৰ সামগ্ৰী
  • মৰাপাটৰ সামগ্ৰী
  • অন্যান্য
Downloads
TitleSizeDetail
List of products marketed by AGMC83.97 KBswf-image